অসমঅসম আৰক্ষীগুৱাহাটীভ্ৰমণ

কেব চালকক নাকি লগাব প্ৰশাসনে! এতিয়াৰে পৰা চালকে ল’ব নোৱাৰিব অতিৰিক্ত ভাৰা….

কেব চালকে কোনোপধ্যে cancel কৰিব নোৱাৰিব trip

◾বাইক, কেব, টেক্সিৰ বিৰুদ্ধে কঠোৰ মহানগৰ প্ৰশাসন

◾এতিয়াৰে পৰা চালকে ল’ব নোৱাৰিব অতিৰিক্ত ভাৰা

◾ৰেপিড’ চালকে পৰিধান কৰিব লাগিব ইউনিৰ্ফম

◾যাত্ৰীয়ে দেখাকৈ ৰাখিব লাগিব ভাৰাৰ তালিকা

◾কেব চালকে কোনোপধ্যে cancel কৰিব নোৱাৰিব trip

◾নীতি-নিয়ম মানি চলিব লাগিব কেবৰ চালকে

◾আইন অমান্য কৰিলে কঠোৰ হ’ব মহানগৰ প্ৰশাসন

◾শীঘ্ৰে চিটীবাছৰ বিৰুদ্ধে কঠোৰ হ’ব মহানগৰ প্ৰশাসন

◾আইন অমান্য কৰিলে বাতিল হ’ব টেক্সি চালকৰ অনুজ্ঞাপত্ৰ

Pratham Khabar News

প্ৰথম খবৰ 24/7 হৈছে অসমীয়া ছেটেলাইট নিউজ চেনেল 'নিউজ টাইম অসম'ৰ ৱেব চাইট। যি আপোনাক স্থানীয় আৰু লগতে দেশ-বিদেশৰ শেহতীয়া খবৰ দি থাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

13 + 10 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.