অসমঅসম আৰক্ষীগুৱাহাটীভ্ৰমণ

কেব চালকক নাকি লগাব প্ৰশাসনে! এতিয়াৰে পৰা চালকে ল’ব নোৱাৰিব অতিৰিক্ত ভাৰা….

কেব চালকে কোনোপধ্যে cancel কৰিব নোৱাৰিব trip

◾বাইক, কেব, টেক্সিৰ বিৰুদ্ধে কঠোৰ মহানগৰ প্ৰশাসন

◾এতিয়াৰে পৰা চালকে ল’ব নোৱাৰিব অতিৰিক্ত ভাৰা

◾ৰেপিড’ চালকে পৰিধান কৰিব লাগিব ইউনিৰ্ফম

◾যাত্ৰীয়ে দেখাকৈ ৰাখিব লাগিব ভাৰাৰ তালিকা

◾কেব চালকে কোনোপধ্যে cancel কৰিব নোৱাৰিব trip

◾নীতি-নিয়ম মানি চলিব লাগিব কেবৰ চালকে

◾আইন অমান্য কৰিলে কঠোৰ হ’ব মহানগৰ প্ৰশাসন

◾শীঘ্ৰে চিটীবাছৰ বিৰুদ্ধে কঠোৰ হ’ব মহানগৰ প্ৰশাসন

◾আইন অমান্য কৰিলে বাতিল হ’ব টেক্সি চালকৰ অনুজ্ঞাপত্ৰ

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

3 + 13 =

Back to top button