অপৰাধঅসম

৫ টকাৰ বিনিময়ত ধৰ্ষণৰ অপচেষ্টা ৫০ ঊৰ্ধৰ ব্যক্তিৰ!

পানীখাইতিত মানৱ সমাজক লজ্জানত কৰা ঘটনা

◾পানীখাইতিত মানৱ সমাজক লজ্জানত কৰা ঘটনা

◾নাবালিকাক ধৰ্ষণৰ অপচেষ্টা ৫০ ঊৰ্ধৰ ব্যক্তিৰ

◾৫ টকা দি ধৰ্ষণৰ অপচেষ্টা পাষণ্ডটোৰ

◾অভিযুক্ত কেডাৰ ছেত্ৰীৰ বিৰুদ্ধে এই অভিযোগ

◾ঘটনা সন্দৰ্ভত পানীখাইতী আৰক্ষী চকীতএজাহাৰ

◾এজাহাৰৰ ভিত্তিত গ্ৰেপ্তাৰ অভিযুক্ত কেডাৰ ছেত্ৰীক

◾তামোলবাৰীৰ পৰা গ্ৰেপ্তাৰ কৰে কেডাৰ ছেত্ৰীক

Pratham Khabar News

প্ৰথম খবৰ 24/7 হৈছে অসমীয়া ছেটেলাইট নিউজ চেনেল 'নিউজ টাইম অসম'ৰ ৱেব চাইট। যি আপোনাক স্থানীয় আৰু লগতে দেশ-বিদেশৰ শেহতীয়া খবৰ দি থাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

eight − 2 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.