অসমআঞ্চলিকখেলদৈনিক বাতৰি

ক্ৰীড়াবিদে পাব পেঞ্চন, অভিৰুচি ক্ৰীড়া দিৱসৰ লগত সংগতি ৰাখি ‘ক্ৰীড়া পেঞ্চন দিৱস’ পালন

১২ কোটি ব্যয়সাপেক্ষে ১০খন জিলাত ক্ৰীড়া ক্ষেত্ৰ নিৰ্মাণৰ সংকল্প

আজি ক্ৰীড়াবিদ ভোগেশ্বৰ বৰুৱাৰ জন্মদিন। কলাক্ষেত্ৰত ৰাজ্য চৰকাৰৰ বিশেষ কাৰ্যসূচীৰ আয়োজন।

ভোগেশ্বৰ বৰুৱাৰ জন্মদিন, অভিৰুচি ক্ৰীড়া দিৱসৰ লগত সংগতি ৰাখি আয়োজন কৰা হৈছে ক্ৰীড়া পেঞ্চন প্ৰদান অনুষ্ঠান। অনুষ্ঠানত মুখ্য অতিথিৰূপে উপস্থিত থাকিব অৰ্জুন ভোগেশ্বৰ বৰুৱা, উপস্থিত থাকিব ৰাজ্যপাল জগদীশ মুখী। উপস্থিত থাকিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, ক্ৰীড়ামন্ত্ৰী বিমল বৰা।

আজিৰ এই অনুষ্ঠানতেই খেলুৱৈ সঞ্জয় বড়ো, যমুনা বড়োক চৰকাৰী চাকৰি প্ৰদান কৰা হ’ব। ১২ কোটি ব্যয়সাপেক্ষে ১০খন জিলাত ক্ৰীড়া ক্ষেত্ৰ নিৰ্মাণৰ সংকল্প। ২৫২গৰাকীক প্ৰদান কৰিব ক্ৰীড়া পেঞ্চন। পদকজয়ী খেলুৱৈক ৫০ হাজাৰকৈ এককালীন সাহায্য। ১২কোটি টকা সাপেক্ষে ১০খন জিলাত ক্ৰীড়া ক্ষেত্ৰ নিৰ্মাণৰ সংকল্প গ্ৰহণ কৰা হৈছে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

4 − 3 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.