অসমউৎসৱ

 সমাগত শাৰদীয় দুৰ্গোৎসব! দূৰ্গাৰ প্ৰতিমা বনোৱাত ব্যস্ত অসমীয়া যুৱকসকল

চাৰিওদিশে কেৱল শৰৎৰ সুগন্ধি

নিয়ৰৰ কোমল দলিছাৰে খোজ পেলাই পদূলিমুখ আহি পালেহি প্ৰাণোচ্ছল শৰৎ। প্ৰকৃতি যেন হৈ পৰিছে এখনি শুভ্ৰ দলিছা। চাৰিওদিশে কেৱল শৰৎৰ সুগন্ধি। নৈৰ পাৰত কঁহুৱাবোৰে প্ৰাণ পাই উঠিছে। নিয়ৰে শাত পেলাইছে নিশাৰ আঁচল। শৰৎ মানেই এক কবিতা কবিতা লগা শিহৰণ। শৰৎ মানেই উৎসৱৰ বতৰা৷

সমাগত শাৰদীয় দূৰ্গা পূজা৷  যাৰ বাবে এতিয়া দূৰ্গাৰ প্ৰতিমা বনোৱাত ব্যস্ত হৈ পৰিছে মৃণময়ী শিল্পীসকল৷

দৰঙতো দূৰ্গাৰ প্ৰতিমা বনোৱাত ব্যস্ত হৈ পৰিছে অসমীয়া যুৱক৷ কেইবাখনো পূজা সমিতিৰ বাবে বনাইছে দূৰ্গাৰ প্ৰতিমা৷ প্ৰতিটো দূৰ্গাৰ প্ৰতিমাৰ বাবে লাভ কৰিব ২০ৰ পৰা ৫০ হাজাৰ টকা৷

দিনৰাতি এক কৰি এতিয়া প্ৰতিমা বনোৱাত ব্যস্ত হৈ পৰিছে মৃণময়ী শিল্পীসকল৷

Pratham Khabar News

প্ৰথম খবৰ 24/7 হৈছে অসমীয়া ছেটেলাইট নিউজ চেনেল 'নিউজ টাইম অসম'ৰ ৱেব চাইট। যি আপোনাক স্থানীয় আৰু লগতে দেশ-বিদেশৰ শেহতীয়া খবৰ দি থাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

four × 5 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.