অসমদুৰ্ঘটনা

ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা, সম্পূৰ্ণৰূপে ভস্মীভূত দুটাকৈ ঘৰ

ভয়ংকৰ অগ্নিকাণ্ডত বাদশা আলীৰ দুটাকৈ টিনপাতৰ ঘৰ সম্পূৰ্ণৰূপে ভস্মীভূত হয়

ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা, দুটাকৈ ঘৰ সম্পূৰ্ণৰূপে ভস্মীভূত।

গৰবেৰাৰ পিজুপাৰাৰ নলতলাত সংঘটিত হৈছে এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা। ভয়ংকৰ অগ্নিকাণ্ডত বাদশা আলীৰ দুটাকৈ টিনপাতৰ ঘৰ সম্পূৰ্ণৰূপে ভস্মীভূত হয়।

ভুক্তভুগিৰ পৰিয়ালৰ লোকে জনোৱা অনুসৰি, দুয়োটা গৃহত থকা গুৰুত্বপূৰ্ণ নথিপত্ৰ, আচবাবৰ লগতে সকলো বয়বস্তু সম্পূৰ্ণৰূপে জুইত জাহ যায়। অগ্নিকাণ্ডত তিনি লক্ষাধিক টকাৰ সা-সম্পত্তি ভস্মীভূত হয়।

অগ্নিকাণ্ডৰ প্ৰকৃত কাৰণ জানিব পৰা নাই। স্থানীয় লোকে কোনোমতে অগ্নিনিৰ্বাপন কৰিবলৈ সক্ষম হয়। অতি দৰিদ্ৰ পৰিয়ালটোৰ ঘৰত সংঘটিত অগ্নিকাণ্ডৰ ঘটনাই শোকৰ সৃষ্টি কৰিছে অঞ্চলটোত।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

three × 3 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.