অসমউৎসৱদৈনিক বাতৰিধৰ্মীয়

ভক্তপ্ৰাণ ৰাইজলৈ সুখবৰ! অনুষ্ঠিত হ’ব শাৰদীয় দুৰ্গোৎসৱ

ক’ভিড বিধি মানি দুৰ্গাপূজা পালন কৰিবলে আহ্বান মুখ্যমন্ত্ৰীৰ

ভক্তপ্ৰাণ ৰাইজলৈ সুখবৰ। এইবাৰ অনুষ্ঠিত হ’ব শাৰদীয় দুৰ্গোৎসৱ। এই কথা জনালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

দুৰ্গোৎসৱ উদযাপনত নাই কোনো বাধা নাই যদিও ক’ভিড বিধি মানি দুৰ্গাপূজা পালন কৰিবলে আহ্বান জনালে মুখ্যমন্ত্ৰীগৰাকীয়ে।

উল্লেখ্য যে, ক’ভিডসৃষ্ট পৰিস্থিতিৰ বাবে বিগত দুবছৰে দুৰ্গাপূজাৰ নাছিল কোনো আনন্দ- উছাহ। কিন্তু এইবাৰ ক’ভিড পৰিস্থিতি কিছু নিয়ন্ত্ৰত অহাত দুৰ্গোৎসৱ উদযাপনৰ ক্ষেত্ৰত দেখা গৈছে আশাৰ ৰেঙনি

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

1 × two =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.