আন্তঃৰাষ্ট্ৰীয়ইণ্ডোনেছিয়ান

ইণ্ডোনেছিয়াৰ কাৰাগাৰত বিধ্বংসী অগ্নিকাণ্ড!

মৃত্যু ৪১জন কাৰাবন্দীৰ

ইণ্ডোনেছিয়াত বিধ্বংসী অগ্নিকাণ্ড
ইণ্ডোনেছিয়াত সংঘটিত হৈছে বিধ্বংসী অগ্নিকাণ্ড। ইণ্ডোনেছিয়াৰ ৰাজধানী জাকাৰ্টাৰ সমীপৰ টাংগেৰাং নামৰ জে’ল এখনৰ ব্লক ‘চি’ত সংঘটিত হৈছে এই অগ্নিকাণ্ড।
অগ্নিকাণ্ডত এতিয়ালৈ ৪১জন কাৰাবন্দীৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। তাৰ বিপৰীতে আহত হৈছে প্ৰায় অৰ্ধশতাধিক লোক। এতিয়াও চলি আছে উদ্ধাৰ অভিযান। মৃতকৰ সংখ্যা আৰু অধিক বৃদ্ধিৰ পোৱাৰ সম্ভাৱনা আছে।
অগ্নিকাণ্ডৰ সংঘটিত হোৱাৰ সময়ত ব্লকটোত আছিল ১২২জন কাৰাবন্দী।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

12 − twelve =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.