অপৰাধঅসমগুৱাহাটী

প্ৰেমৰ নামত সৰ্বস্বান্ত প্ৰেমিক যুৱক

হানি ট্ৰেপিংৰ ঘটনা এইবাৰ মহানগৰীত

প্ৰেমৰ নামত সৰ্বস্বান্ত প্ৰেমিক যুৱক।

হানি ট্ৰেপিংৰ ঘটনা এইবাৰ মহানগৰীত। প্ৰেমিকৰ অভিযোগ- প্ৰেমিকাই লুটি নিলে সকলো।

প্ৰেমৰ নামত প্ৰেমিকাই প্ৰায় ৯ লাখ টকা লুট কৰি লৈ যোৱাৰ অভিযোগ প্ৰাঞ্জল ডেকা নামৰ যুৱকৰ। গুৱাহাটী মহানগৰীত এই হানি ট্ৰেপিংৰ ঘটনা। শেষত সহায় বিচাৰি আৰক্ষীৰ কাষত উপস্থিত প্ৰাঞ্জল জেকা। লগতে ঘটনাৰে কোনো তৃতীয় পক্ষৰ জড়িত থকাৰো সন্দেহ প্ৰকাশ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

five × 2 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.