অসম

পুনৰ গো সুৰক্ষা বিধেয়কৰ বিৰুদ্ধে সৰৱ অখিল গগৈ

গো সুৰক্ষা বিধেয়কখন গৃহীত হোৱাৰ পূৰ্বে গুৰুত্বপূৰ্ণ মন্তব্য অখিল গগৈৰ

পুনৰ গো সুৰক্ষা বিধেয়কৰ বিৰুদ্ধে সৰৱ হৈছে শিৱসাগৰৰ বিধায়ক অখিল গগৈ।

অসম বিধানসভা মজিয়াত দাখিল কৰা অসম গো সুৰক্ষা বিধেযক শুকুৰবাৰে গৃহীত হ’ব সদনৰ মজিয়াত।

বিধেয়কখন গৃহীত হোৱাৰ পূৰ্বে বিধেয়কখন সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য অখিল গগৈৰ।

অখিল গগৈৰ দাবী, গো সুৰক্ষা বিধেয়ক এখন প্ৰতিশোধমূলক বিধেয়ক। মুছলমান-খ্ৰীষ্টানসকলক হাৰাশাস্তি কৰিবৰ বাবে এই বিধেয়ক উত্থাপন কৰা হৈছে।

অখিল গগৈয়ে কয়, গৰু পোহাটো লাহে লাহে হাতী পোহাৰ দৰে হ’ব।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

seven − 4 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.