অসমপৰিৱেশ

দীপৰ বিলৰ সৌন্দৰ্য বৃদ্ধি পাব! এসপ্তাহৰ ভিতৰত বেদখল সন্দৰ্ভত সকলো দাখিলৰ নিৰ্দেশ

পৰ্যটন মন্ত্ৰী বিমল বৰাৰ নিৰ্দেশত ৰাজহ মন্ত্ৰী যোগেন মোহনে দীপৰ বিলৰ উপস্থিত হৈ বিভিন্ন বিভাগৰ বিষয়াৰ সৈতে মিলিত হৈ বেদখল সন্দৰ্ভত সকলো তথ্য এসপ্তাহৰ ভিতৰত দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে

দীপৰ বিলৰ সংৰক্ষণ আৰু সৌন্দৰ্য বৰ্ধনৰ বাবে এতিয়ালে কৰা সকলো ঘোষণা ফুটুকাৰ ফেনৰ পৰিণত হৈছিল যদিও এইবেলি ১৪ কোটি টকা ব্যয় সাপেক্ষে সকলো পৰিকল্পনা কাৰ্যকৰী কৰাৰ সংকল্প।

পৰ্যটন মন্ত্ৰী বিমল বৰাৰ নিৰ্দেশত ৰাজহ মন্ত্ৰী যোগেন মোহনে দীপৰ বিলৰ উপস্থিত হৈ বিভিন্ন বিভাগৰ বিষয়াৰ সৈতে মিলিত হৈ বেদখল সন্দৰ্ভত সকলো তথ্য এসপ্তাহৰ ভিতৰত দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে।

উল্লেখ্য যে শীতকালীন বিধানসভা অধিৱেশনৰ মজিয়াত পশ্চিম গুৱাহাটী বিধানসভা সমষ্টিৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা আৰু বকো সমষ্টিৰ বিধায়িকা নন্দিতা দাসে দীপৰ বিলৰ বেদখল সন্দৰ্ভত কৰা বিভিন্ন প্ৰশ্নত উত্তৰত পৰ্যটন মন্ত্ৰী বিমল বৰাই ১০ দিনৰ ভিতৰত সকলো তথ্য সংগ্ৰহ কৰিব বুলি জানিবলৈ দিছিল।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

5 − one =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.