অসমৰাষ্ট্ৰীয় সুৰক্ষা

আজি বৰাক উপত্যকা বন্ধ

মিজোৰামৰ বৰ্বৰতাৰ বিৰুদ্ধে ১২ ঘণ্টীয়া বন্ধৰ আহ্বান

মিজোৰামৰ বৰ্বৰতাৰ বিৰুদ্ধে আজি বন্ধ বৰাক। স্তব্ধ হৈ পৰিছে বৰাকৰ জনজীৱন। আজি ১২ ঘন্টীয়া বৰাক উপত্যকা বন্ধৰ আহ্বান। কাছাৰ, কৰিমগঞ্জ আৰু হাইলাকান্দিতো পৰিছে বন্ধৰ প্ৰভাৱ। পুৱা ৫ বজাৰ পৰা বিয়লি ৫ বজা পৰ্যন্ত বন্ধ বৰাক উপত্যকা।

বৰাক বন্ধৰ ডাক দিছিলে বৰাকৰ বিভিন্ন দল সংঘঠনে। “BARAK DEMOCRATIC FRONT” আদিকে ধৰি বৰাকৰ বহু দল সংঘটনে বন্ধৰ আহ্বান জনাইছিল। বৰাকৰ বিভিন্ন প্ৰান্তত পৰিছে বন্ধৰ প্ৰভাৱ। স্তব্ধ হৈ আছে যান বাহনৰ চলাচল, বন্ধ দোকান পোহাৰ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

four × four =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.