জন্তুজীৱনশৈলীপৰিৱেশবতৰবন্যপ্ৰাণীবিশ্ব

আজি বিশ্ব প্ৰকৃতি সংৰক্ষণ দিৱস

আজিৰ দিনটো প্ৰাকৃতিক সম্পদ সংৰক্ষণৰ বাবে এক স্মাৰক

প্ৰতি বছৰে আজিৰ দিনটোত অৰ্থাৎ ২৮ জুলাইত পালন কৰা  হয় বিশ্ব প্ৰকৃতি সংৰক্ষণ দিৱস। এই দিনটো প্ৰাকৃতিক সম্পদ সংৰক্ষণৰ বাবে এক স্মাৰক। এক সুস্থিৰ আৰু স্বাস্থ্যৱান সমাজৰ আধাৰ হিচাপে স্বাস্থ্যকৰ পৰিৱেশৰ বিষয়ে সজাগতা বৃদ্ধি কৰা উদ্দেশ্যে আজিৰ দিনটো পালন কৰা হয়।

প্ৰকৃতি সংৰক্ষণৰ বাবে প্ৰতিজন মানুহ দায়বদ্ধ আৰু প্ৰতিজন ব্যক্তিয়ে পৰিৱেশ সুৰক্ষাৰ বাবে অংশগ্ৰহণ কৰা উচিত। আমি একেলগে বৰ্তমানৰ লগতে ভৱিষ্যত প্ৰজন্মৰ কল্যাণ নিশ্চিত কৰিবলৈ এক বহনক্ষম বিশ্বৰ দিশত কাম কৰিব লাগিব।

প্ৰকৃতি সংৰক্ষণৰ দিশে হাত আগুৱাবলৈ কোনো ফিক্সড ডিপজিট ভাঙিব নালাগে বা ধন দাতা বা বিনিয়োগকাৰীৰ ওচৰলৈও যোৱাৰ প্ৰয়োজন নাই। প্ৰকৃতি সংৰক্ষণৰ উপায় হৈছে সৰল দৈনন্দিন কাৰ্যকলাপৰ জৰিয়তে নিজৰ পৰিয়ালৰ সৈতে সৰু কিন্তু গুৰুত্বপূৰ্ণ পদক্ষেপত জড়িত হোৱা আৰু নিজৰ ঘৰৰ পৰাই এক বৃহৎ পাৰ্থক্য আনিবলৈ চেষ্টা কৰা।

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

12 − 11 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.