অপৰাধঅসমস্বাস্থ্য

নিৰ্দয়ী! কিডনি উলিয়াই পেলাই দিলে এগৰাকী লোকক।  

সংকটজনক অৱস্থাত লোকজন

নিৰ্দয়ী! কিডনি উলিয়াই পেলাই দিলে এগৰাকী লোকক।

ৰঙিয়াৰ ভাতকুছিত জীৱন মৃত্যুৰে যুজিছে এগৰাকী লোকে। কিডনি ব্যৱসায়ীয়ে কিডনি উলিয়াই নিয়ে লোকজনৰ। ৰাষ্ট্ৰীয় ঘাইপথৰ দাতিত লোকজনক পেলাই থৈ যোৱাৰ সন্দেহ কৰি স্থানীয় ৰাইজে খবৰ দিয়ে ৰঙিয়া আৰক্ষীক। বৰ্তমানলৈকে জানিব পৰা হোৱা নাই লোকজনৰ পৰিচয়।

আৰক্ষীয়ে সংকটজনক অৱস্থাত লোকজনক চিকিৎসালয়ত ভৰ্তি কৰাইছে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

nineteen + 11 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.