leatest updateঅসমউৎসৱগুৱাহাটীদৈনিক বাতৰিভাৰতসংস্কৃতি

কাইলৈৰ দিনটোও অসমবাসীৰ বাবে হব এক ঐতিহাসিক দিন।

কোটিটকীয়া প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব মোদীয়ে।

কাইলৈ গুৱাহাটীলৈ আহিব প্ৰধানমন্ত্ৰী মোদী। কাইলৈৰ দিনটোও অসমবাসীৰ বাবে হব এক ঐতিহাসিক দিন। কোটিটকীয়া প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব মোদীয়ে। মুকলি কৰিব স্বাস্থ্য সেৱাৰ বৃহৎ অনুষ্ঠান AIIMS। নামৰূপত শুভাৰম্ভ কৰিব মিথানল প্ৰকল্পৰ। ৰংঘৰ চৌহদৰ সৌন্দৰ্যবৰ্ধন প্ৰকল্পৰ আধাৰশিলা স্থাপন। পলাশবাৰী-শুৱালকুছি সংযোগী দলঙৰ আধাৰশিলা স্থাপন।

প্ৰধানমন্ত্ৰীয়ে উদ্বোধন কৰিব ১৪ হাজাৰ ৩০০ কোটিৰ প্ৰকল্পৰ। সৰুসজাইত বিহুৰ মেগা অনুষ্ঠানত অংশ ল’ব PM মোদীয়ে। ১ লাখ বিজেপি কৰ্মীয়ে আদৰণি জনাব প্ৰধানমন্ত্ৰীক। বশিষ্ঠৰ পৰা সৰুসজাইলৈ প্ৰধানমন্ত্ৰীক জনাব আদৰণি।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

six + three =

Check Also
Close
Back to top button