আন্তঃৰাষ্ট্ৰীয়দৈনিক বাতৰি

আমেৰিকাক সকীয়নি তালিবানৰ, আমেৰিকাৰ নাগৰিকৰ বাবে বান্ধি দিলে সময় সীমা

বৰ্তমানেও আফগানিস্তানত আৱদ্ধ হৈ আছে ৩০০ মাৰ্কিন সেনা

আমেৰিকাক চৰম সকীয়নি তালিবানৰ। মঙলবাৰে মাৰ্কিন নাগৰিকক ওভতাই নিয়াৰ শেষ সময় ধাৰ্য কৰি দিছে তালিবানে।

আফগানিস্তানত আৱদ্ধ হৈ থকা দেশৰ নাগৰিকক শীঘ্ৰেই ওভতাই নিবৰ বাবে তীব্ৰতৰ উদ্ধাৰ অভিযান আৰম্ভ কৰিছে আমেৰিকাই। তালিবানৰ ঘোষণাৰ পিছতেই আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জ’ বাইডেনে মঙলবাৰৰ ভিতৰত দেশৰ নাগৰিকক আফগানিস্তান এৰিবলৈ নিৰ্দেশ দিছে।

উল্লেখযোগ্য যে, বৰ্তমানেও আফগানিস্তানত আৱদ্ধ হৈ আছে ৩০০ মাৰ্কিন সেনা।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

two × three =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.