ভাৰত

হাৰিয়ানাত ভয়ংকৰ হিংসাত্মক ঘটনা; দুটা গোটৰ মাজত সংঘটিত হয় ভয়ানক সংঘৰ্ষ

সংঘৰ্ষত প্ৰায় ৪০খনকৈ গাড়ীত অগ্নিসংযোগ

হাৰিয়ানাত ভয়ংকৰ হিংসাত্মক ঘটনা

বিশ্ব হিন্দু পৰিষদৰ সমদলত আক্ৰমণ

VHP আৰু মাতৃ শক্তি দুৰ্গা বাহিনীৰ সমদলত আক্ৰমণ

ব্ৰজমণ্ডল যাত্ৰা শীৰ্ষক সমদলত এই আক্ৰমণ

দুটা গোটৰ মাজত সংঘটিত হয় ভয়ানক সংঘৰ্ষ

সংঘৰ্ষত প্ৰায় ৪০খনকৈ গাড়ীত অগ্নিসংযোগ

ভয়াৱহ সংঘৰ্ষত আহত কেইবাজনো পুলিচ কৰ্মী

হাৰিয়ানাৰ নুংহু জিলাত এই সংঘৰ্ষৰ ঘটনা

জিলাখনত ১৪৪ ধাৰা জাৰি, বন্ধ কৰা হৈছে ইণ্টাৰনেট

ব্ৰজমণ্ডলৰ যাত্ৰাপথত পূৰ্বৰে পৰাই খাপ পিটি আছিল দুৰ্বৃত্ত

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

three × five =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.