অসমঅসম আৰক্ষী

নিচাৰ পৰা মুক্ত হ’বলৈ আহি নিচামুক্তি কেন্দ্ৰতে মৃত্যুমুখত পৰিল মহানগৰীৰ যুৱক…

ভগা অৱস্থাত আছে যুৱকজনৰ এখন হাত। বৰ্তমান GMCHৰ মৰ্গত ৰখা হৈছে যুৱকজনৰ মৃতদেহ।

শিলপুখুৰীৰ মমতা ৱেলনেছ নিচামুক্তি কেন্দ্ৰত অঘটন। নিচা মুক্তি কেন্দ্ৰটোত ৰহস্যজনকভাৱে মৃত্যু এজন যুৱকৰ। ৩০ মে’ত যুৱকজন ভৰ্তি কৰোৱা হৈছিল নিচামুক্তি কেন্দ্ৰত।

 

মৃত যুৱকজন আজাৰাৰ যোগীপাৰাৰ পিংকু নাথ। কেন্দ্ৰত যুৱকজনক প্ৰহাৰ কৰি হত্যা কৰাৰ অভিযোগ পৰিয়ালৰ লোকৰ। কিয়নো মৃত পিংকু নাথৰ শৰীৰৰ বিভিন্ন স্থানত স্পষ্ট আঘাতৰ চিন। লগতে ভগা অৱস্থাত আছে যুৱকজনৰ এখন হাত। বৰ্তমান GMCHৰ মৰ্গত ৰখা হৈছে যুৱকজনৰ মৃতদেহ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

seven − six =

Back to top button