অসমদৈনিক বাতৰিবিশ্ব

১০ৰ পৰা ১৭ ছেপ্টেম্বৰলৈ ৯টাকৈ বিশ্ব অভিলেখ গঢ়িবলৈ সাজু অসম চৰকাৰ, অমৃত বৃক্ষ আন্দোলনৰ জৰিয়তে হ’ব অভিলেখ

১০ৰ পৰা ১৭ ছেপ্টেম্বৰলৈ ৯টাকৈ বিশ্ব অভিলেখ গঢ়িবলৈ সাজু অসম চৰকাৰ, অমৃত বৃক্ষ আন্দোলনৰ জৰিয়তে হ’ব অভিলেখ

৯টাকৈ বিশ্ব অভিলেখ গঢ়িবলৈ সাজু অসম চৰকাৰ

১০ৰ পৰা ১৭ ছেপ্টেম্বৰলৈ গঢ়িব ৯টাকৈ অভিলেখ

অমৃত বৃক্ষ আন্দোলনৰ জৰিয়তে হ’ব অভিলেখ

জড়িত হৈ পৰিব ১ কোটি গছপুলি, ৫০ লাখ লোক

১০ ছেপ্টম্বৰত আৰম্ভ হ’ব এই অভিলেখৰ কাৰ্যসূচী

২২ কিঃমিঃত ৩ লাখ ২৫ হাজাৰ গছপুলি ৰোপণেৰে ১ম দিনৰ কাৰ্যসূচী

পৰ্যায়ক্ৰমে ১১, ১৪, ১৫, ১৬ত অনুষ্ঠিত হ’ব গছ ৰোপণ কাৰ্যসূচী

১৭ ছেপ্টেম্বৰত ফটো এলবামেৰে এটা অ‍ভিলেখ সৃষ্টি হ’ব

গছপুলি ৰুই প’ৰ্টেলত আপলোড কৰা ফটোৰে হ’ব অভিলেখ

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

20 − seventeen =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.