অসমদৈনিক বাতৰি

মৰাণ নগৰত হঠাৎ শিৱসাগৰ জিলা প্ৰদূষন নিয়ন্ত্ৰণ বৰ্ডৰ প্লাষ্টিক বিৰোধী অভিযান

মৰাণ নগৰত হঠাৎ শিৱসাগৰ জিলা প্ৰদূষন নিয়ন্ত্ৰণ বৰ্ডৰ প্লাষ্টিক বিৰোধী অভিযান

মৰাণ নগৰত হঠাৎ শিৱসাগৰ জিলা প্ৰদূষন নিয়ন্ত্ৰণ বৰ্ডৰ প্লাষ্টিক বিৰোধী অভিযান। ব্যৱসায়ীক প্ৰতিষ্ঠানত সোমাই জব্দ কৰিলে বৃহৎ পৰিমানৰ প্লাষ্টিক সামগ্ৰী। Assistant Executive Environment Scientist ডঃ মিতালী দলেৰ নেতৃত্বত প্ৰদূষণ নিয়ন্ত্ৰণ বিভাগে মৰাণ পৌৰ সভাৰ সহযোগত মৰাণ নগৰৰ দোকানে দোকানে চলালে অভিযান।

অভিযানৰ সময়ছোৱাত ‘মৰাণ ডিছপ’জেৱল শ্বপ’ নামৰ দোকানখনৰ পৰা ১৩৪.৮ কেজি ওজনৰ সামগ্ৰী জব্দ কৰে। একেদৰে দত্ত ভাণ্ডাৰটো অভিযান চলাই দলটোৱে। বৰ্তমানেও দলটোৱৈ অব্যাহত ৰাখিছে অভিযান।

Pratham Khabar News

প্ৰথম খবৰ 24/7 হৈছে অসমীয়া ছেটেলাইট নিউজ চেনেল 'নিউজ টাইম অসম'ৰ ৱেব চাইট। যি আপোনাক স্থানীয় আৰু লগতে দেশ-বিদেশৰ শেহতীয়া খবৰ দি থাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

13 + 20 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.