অসমগুৱাহাটীদিল্লীদৈনিক বাতৰিভাৰতৰাজনৈতিক

সংসদৰ বৰ্ষাকালীন অধিৱেশন, মণিপুৰৰ ঘটনাক লৈ সদনত হুলস্থুলীয়া পৰিৱেশ

মণিপুৰৰ ঘটনাক লৈ সদনত হুলস্থুলীয়া পৰিৱেশ

বিৰোধীৰ প্ৰতিবাদত স্থগিত সদনৰ কাম-কাজ

শুকুৰবাৰলৈকে স্থগিত সদনৰ কাম-কাজ

সংসদৰ প্ৰথম দিনটোতেই বিৰোধীয়ে উত্তাল কৰে পৰিৱেশ

মণিপুৰৰ পৰিস্থিতিক লৈ সদনত আলোচনাৰ দাবী কৰিছিল বিৰোধীয়ে

বিৰোধীৰ দাবীৰ পৰিপ্ৰেক্ষিতত সৃষ্টি হৈছিল তীব্ৰ হুলস্থুলীয়া পৰিৱেশ

সংসদৰ দুয়োখন সদনতে উত্তপ্ত পৰিস্থিতিৰ বাবে স্থগিত সদন

কেইবাবাৰো সদন স্থগিত হোৱাৰ পাছত দিনটোৰ বাবে স্থগিত হয় সদন

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

three × 2 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.