আন্তঃৰাষ্ট্ৰীয়খেলভাৰত

টি-২০ ক্ৰিকেট বিশ্বকাপত নিউজিলেণ্ডৰ বিৰুদ্ধে শোচনীয় পৰাজয় ভাৰতৰ

আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামৰ বাহিৰত ভাৰতীয় অনুৰাগীয়ে ভাগি পৰে ক্ৰন্দনত

টি-২০ ক্ৰিকেট বিশ্বকাপত নিউজিলেণ্ডৰ বিৰুদ্ধে শোচনীয় পৰাজয় ভাৰতৰ।

ডুবাইৰ আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামৰ বাহিৰত ভাৰতীয় অনুৰাগীৰ কান্দোন।

প্ৰথমে বেটিঙৰ আৰম্ভণিতে কোহলি বাহিনীয়ে নিৰ্ধাৰিত অভাৰত ৭টা উইকেট হেৰুৱাই সংগ্ৰহ কৰিছিল ১১০ ৰান। আনহাতে দুটা উইকেটৰ বিনিময়ত বিজয় লক্ষ্যত উপনীত হয় নিউজিলেণ্ড। ১৪.৩ অভাৰতে নিউজিলেণ্ডে উপনীত হয় বিজয় লক্ষ্যত।

ষ্টেডিয়ামৰ বাহিৰত হতাশ ভাৰতীয় অনুৰাগীয়ে ভাগি পৰে ক্ৰন্দনত

 

 

Pratham Khabar News

প্ৰথম খবৰ 24/7 হৈছে অসমীয়া ছেটেলাইট নিউজ চেনেল 'নিউজ টাইম অসম'ৰ ৱেব চাইট। যি আপোনাক স্থানীয় আৰু লগতে দেশ-বিদেশৰ শেহতীয়া খবৰ দি থাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

13 − ten =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.