অসমপৰিৱেশপ্ৰাকৃতিক দুৰ্যোগবতৰ

অধিক জটিল হ’ব পৰিস্থিতি! বতৰ বিজ্ঞান বিভাগৰ জাননী….

বতৰ বিজ্ঞান বিভাগৰ জাননী অনুসৰি আজিৰে পৰা আগন্তুক ৪ দিনলৈ ৰাজ্যৰ ঠায়ে ঠায়ে হ’ব মুষলধাৰ বৰষুণ

ৰাজ্যত দিনে দিনে জটিল হৈ পৰিছে বান পৰিস্থিতি! বতৰ বিজ্ঞান বিভাগৰ জাননী অনুসৰি আজিৰে পৰা আগন্তুক ৪ দিনলৈ ৰাজ্যৰ ঠায়ে ঠায়ে হ’ব মুষলধাৰ বৰষুণ। এই আগজাননী প্ৰদান কৰিছে বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই।

বৰষুণৰ লগতে হ’ব বতাহ–ধুমুহা তথা বিজুলি ঢেৰেকনি। অসমৰ কাষৰীয়া ৰাজ্যসমূহতো বৰষুণ হোৱাৰ প্ৰবল সম্ভাৱনা আছে।

উল্লেখযোগ্য যে, বিগত কেইবাদিনো ধৰি গুৱাহাটীৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত অব্যাহত আছে মূষলধাৰ বৰষুণ। ফলত ৰাজ্যৰ বিভিন্ন প্ৰান্তত এতিয়া সৃষ্টি হৈছে বান-গৰাখহনীয়াৰ তাণ্ডৱ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

3 × 2 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.