অসমপৰিৱেশবতৰ

বতৰ ফৰকাল হৈছিলহে! সোমবাৰৰ পৰা ৰাজ্যজুৰি হ’ব নেৰা নেপেৰা বৰষুণ?

ৰাজ্যত এইবাৰ আগতীয়াকৈ আহিল বাৰিষা

ৰাজ্যত এইবাৰ আগতীয়াকৈ আহিল বাৰিষা। বহাগ বিহুৰ সময়ৰ পৰাই কম বেছি পৰিমাণে বৰষুণ হৈ আছে অসমত।
শেহতীয়াকৈ দুদিনমান বতৰ কিছু ফৰকাল আছিল যদিও আজি ৰাজ্যৰ কোনো কোনো প্ৰান্তত কিনকিনিয়া বৰষুণ হোৱা দেখা গৈছে।

পিছে ৰাজ্যজুৰি সোমবাৰৰ পৰা আকৌ ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে। শুকুৰবাৰ পৰ্যন্ত বৰষুণ এৰাৰ নাই কোনো সম্ভাৱনা।

বতৰ বিজ্ঞান কেন্দ্ৰই জনোৱা অনুসৰি, ৰাজ্যৰ প্ৰায় প্ৰতিখন জিলাতে বৰষুণ হোৱাৰ সম্ভাৱনা আছে। সেইদৰে ঠাই বিশেষে বতাহ-ধুমুহা অহাৰো আশংকা প্ৰকাশ কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

four × 2 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.