অসমঅসম আৰক্ষীদুৰ্ঘটনা

কলিয়াবৰত দুৰ্ঘটনাত! গুৰুতৰভাৱে আহত হয় IPS আনন্দ মিশ্ৰ

'Run of Pride' ৰেলীৰ জৰিয়তে কাজিৰঙাৰ পৰা কলিয়াবৰ অভিমুখী হওতেই সংঘটিত হয় দুৰ্ঘটনাটো।

কলিয়াবৰত দুৰ্ঘটনাত পতিত IPS আনন্দ মিশ্ৰ।

‘Run of Pride’ ৰেলীৰ জৰিয়তে কাজিৰঙাৰ পৰা কলিয়াবৰ অভিমুখী হওতেই সংঘটিত হয় দুৰ্ঘটনাটো।

জখলাবন্ধাৰ বাঘজানত গৰু খুন্দাত গুৰুতৰভাৱে আহত হয় IPS আনন্দ মিশ্ৰ। লগে লগে চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় আনন্দ মিশ্ৰক।

ইফালে¸ কলিয়াবৰৰ হাটবৰত আনন্দ মিশ্ৰ আৰু Run of Pride টীমক আদৰণি সাজু হৈ আছিল স্থানীয় ৰাইজ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

eighteen − ten =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.