AssamInternationalleatest updateSportsঅষ্ট্ৰেলিয়াঅসমআন্তঃৰাষ্ট্ৰীয়ক্ৰিকেটখেলদৈনিক বাতৰিবিশ্ব

IPLৰ নিলামৰ ইতিহাসত অভিলেখ, IPLৰ ইতিহাসৰ দামী খেলুৱৈত পৰিণত মিচ্ছেল ষ্টাৰ্ক

IPLৰ নিলামৰ ইতিহাসত অভিলেখ, IPLৰ ইতিহাসৰ দামী খেলুৱৈত পৰিণত মিচ্ছেল ষ্টাৰ্ক

IPLৰ নিলামৰ ইতিহাসত অভিলেখ

IPLৰ ইতিহাসৰ দামী খেলুৱৈত পৰিণত মিচ্ছেল ষ্টাৰ্ক

২৪.৭৫ কোটি টকাত মিচ্ছেল ষ্টাৰ্কক ক্ৰয় কলকাতা নাইট ৰাইডাৰ্ছৰ

পেট কামিন্সক ২০.৫০ কোটি টকাত ক্ৰয় ছানৰাইৰ্জাছ হায়দৰাবাদৰ

আলজাৰি যোচেফক ১১.৫০ কোটি টকাত ক্ৰয় RCBৰ

ৰ’ভমান পাৱেলক ৭.৪০ কোটি টকাত ক্ৰয় ৰাজস্থান ৰয়েলছৰ

ট্ৰেভিছ হেডক ৬.৮০ কোটি টকাত ক্ৰয় ছানৰাইজাৰ্ছ হায়দৰাবাদৰ

শিৱম মাভিক ৬.৪০ কোটি টকাত ক্ৰয় লক্ষ্ণৌৰ

উমেশ যাদৱক ৫.৮০ কোটি টকাত ক্ৰয় গুজৰাট টাইটানছৰ

হেৰী ব্ৰুকক ৪ কোটি টকাত ক্ৰয় দিল্লী কেপিটেলছৰ

ডুবাইৰ কোকাকোলা এৰেনাত চলি আছে IPLৰ নিলাম

এইবাৰৰ নিলামত আছে অসমৰ ৪ ক্ৰিকেটাৰ

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

4 + fourteen =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.