অসমগুৱাহাটীদৈনিক বাতৰিভাৰত

আজি অসমলৈ উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখেড়, মহানগৰীৰ কেইবাটাও পথত যান-বাহন চলাচলত নিষেধাজ্ঞা

আজি অসমলৈ উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখেড়

আজি অসমলৈ আহিব উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখেড়

মহানগৰীৰ কেইবাটাও পথত যান-বাহন চলাচলত নিষেধাজ্ঞা

কেইবাটাও পথত বন্ধ থাকিব যাতায়াত

২৭, ১৭নং ৰাষ্ট্ৰীয় পথত বাণিজ্যিক বাহন চলাচলত নিষেধাজ্ঞা

পুৱা ৬ বজাৰ পৰা ৯ বজালৈ বলৱৎ থাকিব নিষেধাজ্ঞা

মহানগৰীৰ DG, MG আৰু AT ৰোডতো নিষেধাজ্ঞা

পুৱা ৭.৩০ৰ পৰা ১২.৩০ বজালৈ বাণিজ্যিক বাহনত নিষেধাজ্ঞা

মহানগৰ উপায়ুক্তই জাৰি কৰিলে এই নিৰ্দেশনা

IITৰ দীক্ষান্ত সমাৰোহত অংশ ল’ব উপ-ৰাষ্ট্ৰপতিয়ে

ছাত্ৰ-ছাত্ৰীৰে মত-বিনিময় অনু্ষ্ঠানত অংশ ল’ব উপ-ৰাষ্ট্ৰপতিয়ে

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

3 × 5 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.