ভ্ৰমণৰাজনৈতিক

অসম-মিজোৰাম ভ্ৰমণ কৰিব ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে

ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে ৩-৬ মে' লৈ ভ্ৰমণ কৰিব অসম আৰু মিজোৰাম ৰাজ্য়

ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে ৩-৬ মে’ লৈ ভ্ৰমণ কৰিব অসম আৰু মিজোৰাম ৰাজ্য়।

সোমবাৰে ৰাষ্ট্ৰপতি ভৱনৰ দ্বাৰা জাৰি কৰা এক বিবৃতিত কোৱা হয় এই কথা।

বিবৃতি অনুসৰি, বুধবাৰে তামুলপুৰত বড়ো সাহিত্য সভাৰ ৬১ সংখ্যক বাৰ্ষিক সন্মিলনত ভাষণ প্ৰদান কৰিব ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে।

একেদিনাই তেওঁ ‘আজাদী কা অমৃত মহোৎসৱ’ৰ অধীনত উত্তৰ-পূৰ্বাঞ্চল উন্নয়ন মন্ত্ৰালয়ে আয়োজন কৰা গুৱাহাটীত অনুষ্ঠিত উত্তৰ-পূব মহোৎসৱৰ সামৰণি অনুষ্ঠানতো অংশগ্ৰহণ কৰিব।

ৰাষ্ট্ৰপতি কোবিন্দে বৃহস্পতিবাৰে আইজলৰ মিজোৰাম বিশ্ববিদ্যালয়ৰ ষোল্ল সংখ্যক সমাৱৰ্তনতো ভাষণ প্ৰদান কৰিব।

Pratham Khabar News

প্ৰথম খবৰ 24/7 হৈছে অসমীয়া ছেটেলাইট নিউজ চেনেল 'নিউজ টাইম অসম'ৰ ৱেব চাইট। যি আপোনাক স্থানীয় আৰু লগতে দেশ-বিদেশৰ শেহতীয়া খবৰ দি থাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

eleven + 18 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.