অপৰাধঅসমঅসম আৰক্ষীগুৱাহাটীদৈনিক বাতৰিভাৰতৰাজনৈতিক
মহানগৰীৰ ৮ মাইলত অভিযান নগাঁও আৰক্ষীৰ, চাকৰি দিয়াৰ নামত ধন আত্মসাতৰ অভিযোগ
![মহানগৰীৰ ৮ মাইলত অভিযান নগাঁও আৰক্ষীৰ, চাকৰি দিয়াৰ নামত ধন আত্মসাতৰ অভিযোগ মহানগৰীৰ ৮ মাইলত অভিযান নগাঁও আৰক্ষীৰ, চাকৰি দিয়াৰ নামত ধন আত্মসাতৰ অভিযোগ](https://prathamkhabartv.com/wp-content/uploads/2023/07/nagaon-fraud--780x470.jpg)
নগাঁও আৰক্ষীৰ জালত প্ৰৱঞ্চক
মহানগৰীৰ ৮ মাইলত অভিযান নগাঁও আৰক্ষীৰ
আঠমাইলৰ পৰা আটক প্ৰৱঞ্চক মিণ্টু হাজৰিকাক
চাকৰি দিয়াৰ নামত ধন আত্মসাতৰ অভিযোগ
ৰাজনৈতিক নেতাৰে ঘনিষ্ঠতা দেখুৱাই কৰিছিল প্ৰৱঞ্চনা
ধন লোৱাৰ সময়তে হাতে-লোটে গ্ৰেপ্তাৰ প্ৰৱঞ্চকটোক
কঠীয়াতলীৰ দীপক দাস নামৰ এজনৰ পৰা লৈছিল ধন
নগাঁও থানাত ভুক্তভোগীয়ে তৰিছিল গোচৰ
অধিক তথ্যৰ বাবে নগাঁও আৰক্ষীৰ সোধা-পোছা অব্যাহত