অসমদৈনিক বাতৰি

পুনৰ জনতাৰ মূৰত আন এক ৰামটাঙোন, ৰাজ্যত ব্যাপক হাৰত বৃদ্ধি পৰিবহণ কৰ

পুনৰ জনতাৰ মূৰত আন এক ৰামটাঙোন, ৰাজ্যত ব্যাপক হাৰত বৃদ্ধি পৰিবহণ কৰ

পুনৰ জনতাৰ মূৰত আন এক ৰামটাঙোন

ৰাজ্যত ব্যাপক হাৰত বৃদ্ধি পৰিবহণ কৰ

অধ্যাদেশ জাৰি কৰি বঢ়ালে গাড়ী পঞ্জীয়ন মাচুল

ভিন্ন ভিন্ন বাহনৰ বাবে ভিন্ন ভিন্ন কৰ

গাড়ীৰ দামভেদে ৪টা পৰ্যায়ত কৰ দিব লাগিব গ্ৰাহকে

৩ লাখ পৰ্যন্ত চাৰিচকীয়া বাহনৰ বাবে ৪.৫% কৰ

৩ লাখ টকাৰ ১০ লাখ টকীয়া বাহনৰ বাবে ৭% কৰ

১০ লাখ টকাৰ পৰা ২০ লাখ টকীয়া বাহনৰ বাবে ১০% কৰ

২০ লাখ টকাতকৈ অধিক মূল্যৰ বাহনৰ বাবে ১৪% কৰ

১ লাখ টকাৰ মটৰচাইকেলৰ বাবে ৬% কৰ

৩ লাখ টকাৰ মটৰচাইকেলৰ বাবে ৮% কৰ

বাহনৰ কৰ বৃদ্ধিক লৈ ৰাজ্যৰ ভিন্ন প্ৰান্তত প্ৰতিক্ৰিয়া

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

one × 4 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.