অসমআঞ্চলিকদৈনিক বাতৰিবন্যপ্ৰাণী

অৰণ্য মানৱৰ মলাই হাবিৰ চাপৰিত ভেকচিন

যোৰহাট লায়ন্স ক্লাব, ভেটেনেৰি এচোছিয়েশ্যনৰ লগতে ফ'ৰাম ফ'ৰ ফাৰৰ সহযোগত লোৱা হৈছে এই ভেকচিন প্ৰদান কাৰ্যসূচী

পদ্মশ্ৰী অৰণ্য মানৱ যাদৱ পায়েঙৰ মলাই হাবিৰ কাৰ্তিক চাপৰিত পোন প্ৰথমবাৰৰ বাবে প্ৰদান কৰা হৈছে বিনামূলীয়া ভেকচিন।

যোৰহাট লায়ন্স ক্লাব, ভেটেনেৰি এচোছিয়েশ্যনৰ লগতে ফ’ৰাম ফ’ৰ ফাৰৰ সহযোগত লোৱা হৈছে এই ভেকচিন প্ৰদান কাৰ্যসূচী।

গুৰুত্বপূৰ্ণ বিষয় যে, পোনপ্ৰথমবাৰৰ বাবে যাদৱ পায়েঙৰ মলাই হাবিৰ কাৰ্তিক চাপৰিত থকা জীৱ-জন্তুৰ কাৰণে এই ভেকচিন প্ৰদান কাৰ্যসূচী হাতত লৈছে যোৰহাটৰ ভেটেনেৰি এচোছিয়েশ্যনৰ লগতে লায়ন্স ক্লাব আৰু ফ’ৰাম ফ’ৰ ফাৰে।

এই ভেকচিন প্ৰদান কাৰ্যসূচীৰ সমান্তৰালকৈ চৰ-চাপৰি অঞ্চলৰ দৰিদ্ৰ লোকসকলৈ খাদ্য সামগ্ৰীৰ টোপোলা যোগান ধৰাৰ লগতে বিশুদ্ধ খোৱা পানীৰো যোগান ধৰে লায়ন্স ক্লাব আৰু ফ’ৰাম ফ’ৰ ফাৰে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

twenty − 5 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.