অসমৰাজনৈতিক

মহাজোঁটৰ পৰা কংগ্ৰেছ বিচ্ছিন্ন! স্বতন্ত্ৰ হ’ব লাগিব কংগ্ৰেছ?

অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সংবাদমেল

অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সংবাদমেল। সংবাদমেল সম্বোধন সাংসদ গৌৰৱ গগৈ। গগৈৰ মন্তব্য, ‘দলটোক শক্তিশালী কৰিবলৈ হ’লে মহাযোটৰ পৰা স্বতন্ত্ৰ হ’ব লাগিব কংগ্ৰেছ’।

বিধানসভা নিৰ্বাচনৰ পূৰ্বে মহাযোট গঠন হৈছিল। কিন্তু মহাযোটৰ পৰা লাভ নহল কংগ্ৰেছৰ। এতিয়া সমষ্টি সমূহত কংগ্ৰেছৰ নহয়, মহাযোটৰহে বিধায়ক আছে। যাৰ বাবে ক্ষোভ তৃণমূল কংগ্ৰেছ কৰ্মীৰ। তৃণমূল কৰ্মীৰ মনৰ খবৰৰ ভিত্তিতেই APCC ৰ সভাপতি ভূপেন বৰাৰে বৈঠকত মিলিত হয় গৌৰৱ গগৈ। এই বৈঠকতে ‘কংগ্ৰেছক শক্তিশালী কৰিবলৈ মহাযোটৰ পৰা কংগ্ৰেছক বিচ্ছিন্ন কৰিব লাগিব’, মন্তব্য গৌৰৱ গগৈৰ। উপ-নিৰ্বাচন সন্দৰ্ভতো সভাপতিৰে আলোচনা কৰাৰ কথা সাংবাদিকক ব্যক্ত কৰে সাংসদ গগৈয়ে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

9 − 9 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.