অসমআঞ্চলিকজন্তু

শিক্ষক দিৱসৰ দিনটোতে ৰাজপথত প্ৰতিবাদত বহিল শিক্ষক সন্থা

শিক্ষক দিৱসৰ দিনটোত প্ৰতিবাদত নামিছে কেইবা শতাধিক শিক্ষক

শিক্ষক দিৱসৰ দিনাই মহানগৰীত শিক্ষকৰ প্ৰতিবাদ । প্ৰখৰ ৰ’দত বহি প্ৰতিবাদত বহিল শিক্ষক সন্থা।

প্ৰতিবাদত বহি ন্যায়ৰ দাবী জনালে চৰকাৰৰ সুবিধাৰ পৰা বঞ্চিত শিক্ষকসকলে। সদৌ অসম উচ্চ প্ৰাথমিক বিদ্যালয়ৰ বঞ্চিত সহকাৰী শিক্ষকসকলে প্ৰতিবাদত বহি অসম চৰকাৰক তেওঁলোকৰ সমস্যা সমাধানৰ বাবে দাবী জনায়।

শীঘ্ৰেই চৰকাৰী নোহোৱা শিক্ষকৰ পদসমূহৰ ক্ষেত্ৰত বিশেষ ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনায় শিক্ষক সন্থাই। সেয়েহে
শিক্ষক দিৱসৰ দিনটোত এইদৰেই প্ৰতিবাদত নামিছে কেইবা শতাধিক শিক্ষক।

পিছে এইসকল শিক্ষকৰ পদ নিয়মীয়াকৰণৰ ক্ষেত্ৰত চৰকাৰে কি পদক্ষেপ হাতত লয়, সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ’ব।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

16 + 14 =

Back to top button