অসমদুৰ্ঘটনাদৈনিক বাতৰি

অভিশপ্ত এটা দিন! চকুৰ প্ৰচাৰতে ছিন্ন-ভিন্ন হৈ গ’ল সকলো…..

ভাৰতীয় ৰে’ল ইতিহাসৰ এক সৰ্ববৃহৎ দুৰ্ঘটনা, চকুৰ প্ৰচাৰতে ছিন্ন-ভিন্ন হৈ গ’ল সকলো.....

ভাৰতীয় ৰে’ল ইতিহাসৰ এক সৰ্ববৃহৎ দুৰ্ঘটনা। শুকুৰবাৰৰ দিনটো যেন আছিল সকলোৰে বাবে অভিশপ্ত। চকুৰ প্ৰচাৰতে ছিন্ন-ভিন্ন হৈ গ’ল সকলো। চৌপাশে কেৱল আৰ্তনাদ।

অভিশপ্ত এটা দিন! চকুৰ প্ৰচাৰতে ছিন্ন-ভিন্ন হৈ গ’ল সকলো.....

পোন ৰে’লৰ আলি যেন এতিয়া তাত নাই। সকলো যেন চেদেলি-ভেদেলি। অ’ত ত’ত পৰি ৰৈছে মৃতদেহ। কাৰোবাক বগা কাপোৰে ঢকা। তাৰ মাজতে ভাহি আহিছে আহতৰ চিৎকাৰ-কান্দোন। মৃত্যুক তেওঁলোকে সমুখৰ পৰাই দেখিছে।

অভিশপ্ত এটা দিন! চকুৰ প্ৰচাৰতে ছিন্ন-ভিন্ন হৈ গ’ল সকলো.....

দৃশ্য দেখি নতুনকৈ আপোনাক ব্যাখ্যা কৰাৰ প্ৰয়োজন নাই। এই দৃশ্যসমূহেই প্ৰমাণ কৰে কিমান ভয়ংকৰ আছিল উৰিষ্যাৰ দুৰ্ঘটনাতো।

অভিশপ্ত এটা দিন! চকুৰ প্ৰচাৰতে ছিন্ন-ভিন্ন হৈ গ’ল সকলো.....

ওড়িশাৰ বালাচড়ত ভয়ংকৰ ৰে’ল দুৰ্ঘটনা।৩খনকৈ ৰে’লৰ ভয়াৱহ সংঘৰ্ষ। বাংগালুৰু-হাওৰা ছুপাৰ ফাষ্ট এক্সপ্ৰেছ দুৰ্ঘটনাত পতিত। দুৰ্ঘটনাগ্ৰস্ত চালিমাৰ-চেন্নাই কৰমণ্ডল এক্সপ্ৰেছ। এখন মালবাহী ৰে’লো দুৰ্ঘনাগ্ৰস্ত। দুখন যাত্ৰীবাহী, এখন মালবাহী ৰে’ল দুৰ্ঘটনাগ্ৰস্ত। দুৰ্ঘটনাৰ পিছতে লাইনচ্যুত কেইবাটাও দবা।

অভিশপ্ত এটা দিন! চকুৰ প্ৰচাৰতে ছিন্ন-ভিন্ন হৈ গ’ল সকলো.....

এই পৰ্যন্ত দুৰ্ঘটনাত মৃত্যু ৩০০জনৰো অধিক লোকৰ।ঘটনাত আহত প্ৰায় ৯ শতাধিক লোক। নিহতৰ সংখ্যা বৃদ্ধি পোৱাৰ সম্ভাৱনা। বৰ্তমানেও অব্যাহত আছে উদ্ধাৰ অভিযান।NDRFএ ৩টাকৈ ইউনিটত অব্যাহত ৰাখিছে উদ্ধাৰকাৰ্য। বাহানাগা ৰে’লৱে ষ্টেচনৰ সমীপত এই দুৰ্ঘটনা।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

eight + four =

Back to top button