অসমআঞ্চলিকদৈনিক বাতৰি
ধুবুৰীৰ বিলাসীপাৰাত দল-সংগঠনৰ উত্তাল প্ৰতিবাদ
ধুবুৰীৰ বিলাসীপাৰাত দল-সংগঠনৰ উত্তাল প্ৰতিবাদ
![ধুবুৰীৰ বিলাসীপাৰাত দল-সংগঠনৰ উত্তাল প্ৰতিবাদ ধুবুৰীৰ বিলাসীপাৰাত দল-সংগঠনৰ উত্তাল প্ৰতিবাদ](https://prathamkhabartv.com/wp-content/uploads/2023/06/vlcsnap-2023-06-03-14h33m54s025-780x470.png)
ধুবুৰীৰ বিলাসীপাৰাত দল-সংগঠনৰ উত্তাল প্ৰতিবাদ
বাছেৰ আলীৰ হত্যাকাৰীক গ্ৰেপ্তাৰৰ দাবীত প্ৰতিবাদ
বিলাসীপাৰা চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ
২৫ জুনত ভৈৰৱগঞ্জত দুৰ্বৃত্তই হত্যা কৰিছিল বাছেৰ আলীক
হত্যাকাণ্ডৰ ১০ দিনৰ পিছতো গ্ৰেপ্তাৰ হোৱা নাই হত্যাকাৰী
হত্যাকাৰীক গ্ৰেপ্তাৰৰ সময়সীমা বান্ধি দিলে প্ৰতিবাদকাৰীয়ে
শীঘ্ৰে গ্ৰেপ্তাৰ কৰিব নোৱাৰিলে বিলাসীপাৰা বন্ধৰ ঘোষণা