অসমআঞ্চলিকদুৰ্ঘটনা

মহানগৰীত ভয়ংকৰ অগ্নিকাণ্ডঃ অগ্নিত জাহ গ’ল দুটাকৈ বাসগৃহ

অগ্নিকাণ্ডত জাহ যায় লক্ষাধিক টকাৰ সা-সম্পত্তি

⬛গুৱাহাটী মহানগৰীৰ ৰূপনগৰত ভয়াৱহ অগ্নিকাণ্ড

⬛অগ্নিকাণ্ডত সম্পূৰ্ণৰূপে ভস্মীভূত দুটাকৈ বাসগৃহ

⬛আৰতি বড়োৰ বাসগৃহৰ পৰা অগ্নিকাণ্ডৰ সূত্রপাত

⬛অগ্নিকাণ্ডৰ ফলত দুটাকৈ চিলিণ্ডাৰৰ বিস্ফোৰণ

⬛অগ্নিকাণ্ডত জাহ যায় লক্ষাধিক টকাৰ সা-সম্পত্তি

⬛শ্বৰ্ট চাৰ্কিটৰ ফলতেই অগ্নিকাণ্ডৰ সন্দেহ

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

4 × 3 =

Back to top button