অসমদৈনিক বাতৰিপ্ৰদূষণ

বঙাইগাঁৱত কাৰখানাৰ প্ৰদূষণত অতিষ্ঠ অঞ্চলবাসী, জনস্বাস্থ্যৰ প্ৰতি ভাবুকি কঢ়িয়াইছে কাৰখানাটোৱে

বঙাইগাঁৱত কাৰখানাৰ প্ৰদূষণত অতিষ্ঠ অঞ্চলবাসী, জনস্বাস্থ্যৰ প্ৰতি ভাবুকি কঢ়িয়াইছে কাৰখানাটোৱে

বঙাইগাঁও চহৰৰ মাজমজিয়াৰ দোলাইগাওঁস্থিতিত ব্ৰহ্মপুত্ৰ কাৰ্বন প্ৰাইভেট লিমিটেড নামৰ এটা কাৰখানাৰ প্ৰদূষণত অতিষ্ঠ অঞ্চলবাসী। জনস্বাস্থ্যৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে কাৰখানাটোৱে। অঞ্চলটোত চানি ধৰিছে কাৰ্বনগুৰি। খোৱা পানীৰ নলৰ পৰা নিৰ্গত হৈছে কলা কাৰ্বন যুক্ত পানী।

মানুহৰ ঘৰৰ ভিতৰতো দৃশ্যমান কাৰ্বনৰ গুৰি। প্ৰায় ৫হাজাৰ লোকৰ বসতিপূৰ্ণ অঞ্চলটোৰ ৰাইজে দীৰ্ঘদিনৰ পৰা শ্বাস প্ৰশ্বাস জনিত ৰোগত। কিন্তু গুৰুত্ব নাই জিলা প্ৰশাসন, প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ডৰ। শিশুৰ পৰা বৃদ্ধলৈ  সকলোৱে ৰোগত ভুগি থকাৰ কথা উল্লেখ কৰিছে স্থানীয় ৰাইজে।

Pratham Khabar News

প্ৰথম খবৰ 24/7 হৈছে অসমীয়া ছেটেলাইট নিউজ চেনেল 'নিউজ টাইম অসম'ৰ ৱেব চাইট। যি আপোনাক স্থানীয় আৰু লগতে দেশ-বিদেশৰ শেহতীয়া খবৰ দি থাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

two × 4 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.