Assamhoroscopenorth eastঅসমদৈনিক বাতৰি

আজিৰ দিনটো কেনেকৈ যাব আপোনাৰ ?

আজিৰ দিনটোৰ ৰাশিফল...

১. মেষ ৰাশি  : – মেষ ৰাশিৰ জাতক- জাতিকা সকলৰ আজিৰ দিনটোত প্ৰিয় ব্যক্তিৰ সান্নিধ্য লাভ কৰিব, কৰ্মত ভাল ব্যক্তিৰ পৰা সহায় সহযোগিতা লাভ কৰিব, যদিও আজি আপুনি সজাগ নহ’লে সামান্য মনোমালিন্য হোৱাৰ যোগ দেখা যায়।

২. বৃষ ৰাশি  :- বৃষ ৰাশিৰ জাতক জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মৰ প্ৰতি উৎসাহ বাঢ়িব লগতে আজি আপুনি ভাল খৱৰ লাভ কৰাৰ যোগ দেখা যায়।

৩. মিথুন ৰাশি :- মিথুন ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত ছাত্ৰ ছাত্ৰী সকলে সফলতা লাভ কৰিব, কৰ্মত আনৰ পৰা প্ৰসংসা লাভ কৰিব, যদিও আজি আপুনি স্বাস্থ্যৰ প্ৰতি সজাগ হোৱাটো ভাল হ’ব।

৪. কৰ্কট ৰাশি  : – কৰ্কট ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত মনৰ চিন্তা ধাৰা উন্নত মানৰ হ’ব, যদিও আজি আপুনি সজাগ নহ’লে কৰ্মক্ষেত্ৰত সামান্য জটিলতা আহিব পাৰে লগতে আজি আপুনি সজাগ নহ’লে সামান্য ব্যয় বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

৫. সিংহ ৰাশিৰ  :- সিংহ ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত পুৰণি বন্ধুৰ সান্নিধ্য লাভ কৰিব, লগতে আজি আপুনি ভ্ৰমণৰ সুযোগ লাভ হোৱাৰ যোগ দেখা যায়।

৬. কন্যা ৰাশি  : – কন্যা ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত সকলো দিশতে জয় লাভ কৰিব, প্ৰেমত আনন্দ বাঢ়িব, লগতে আজি আপোনাৰ ঘৰলৈ আত্মীয় পৰিয়ালৰ আগমন হোৱাৰ যোগ দেখা যায়।

৭. তুলা ৰাশি : – তুলা ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত আনন্দ মনে দিনটো পাৰ হ’ব, মনত ভাবি থকা কামবোৰ সফল ৰূপায়ন কৰিবলৈ সক্ষম হব, যদিও আজি আপুনি যিকোনো সিদ্ধান্ত গ্ৰহণ কৰোঁতে সাৱধান হোৱাটো ভাল হ’ব।

৮. বৃশ্চিক ৰাশি : – বৃশ্চিক ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত আৰ্থিক দিশটো টনকিয়াল হ’ব, হাতলৈ ধন- ধান আহিব, বিপৰীত লিংগৰ ব্যক্তিৰ পৰা সহাৰি লাভ কৰিব, যদিও আজি আপুনি সজাগ নহ’লে সামান্য শৰীৰত ৰোগ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

৯. ধনু ৰাশি : – ধনু ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত সকলো দিশতে উন্নতি সাধন হব, কৰ্মত সিদ্ধি লাভ কৰিব, যদিও আজি আপুনি মনোমালিন্য হ’ব পৰা কৰ্মৰ পৰা আতৰি থাকিবলৈ চেষ্টা কৰিব।

১০. মকৰ ৰাশি : – মকৰ ৰাশি জাতক – জাতিকা সকলৰ আজিৰ দিনটোত আনন্দ মনে দিনটো পাৰ হ’ব, যদিও আজি আপুনি সজাগ নহ’লে দেহ মনত সামান্য এলাহ ভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

১১. কুম্ভ ৰাশি : – কুম্ভ ৰাশিৰ জাতক – জাতিকা সকলৰ আজি দিনটোত অভাৱ অনাতনে দেখা দিব পাৰে, শত্ৰু বাঢ়িব পাৰে, লগতে আজি খেতিয়ক সকলে সজাগ নহ’লে সামান্য কষ্টৰ সন্মুখীন হোৱাৰ যোগ দেখা যায়।

১২. *মীন ৰাশি-  :- মীন ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত কৰ্ম স্থানত সামান্য পৰিবৰ্তন আহিব পাৰে, কৰ্মত সকলো দিশতে সিদ্ধি লাভ কৰিব, লগতে আজি আপোনাৰ মনত সুখ শান্তি বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

eighteen − 9 =

Back to top button