দুৰ্ঘটনাবলিউড

সংকটজনক অৱস্থাত Bachpan Ka Pyaarৰ হিৰো শ্বাহদেৱ, বাদছাহে কৰিলে প্ৰাৰ্থনা…

পিছে এতিয়া কেনে আছে চত্তীশগড়ৰ ১০ বছৰীয়া ল'ৰা শ্বাহদেৱ ডিৰডো। বাইক দুৰ্ঘটনাত গুৰুতৰভাৱে আহত শ্বাহদেৱ। বৰ্তমান চিকিৎসাধীন হৈ আছে শ্বাহদেৱ। শ্বাহদেৱৰ পথ দুৰ্ঘটনাৰ পিছতেই টুইটাৰযোগে শ্বাহদেৱৰ আশু আৰোগ্য কামনা কৰে বাদছাহে।

‘Bachpan Ka Pyaar’: ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰী অথবা ব্যৱহাৰ নকৰা সকলৰ বাবেও অচিনাকী নহয় এই গান। এখন বিদ্যালয়ত এজন ছাত্ৰই পৰিৱেশন কৰা এটা গীতৰ ভিডিঅ’ ‘জানে মেৰী জানে মন বচপন কা প্যাৰ মেৰা ভুল নেহী জানে ৰে’ নোচোৱা মানুহ হয়তো খুব কমেই ওলাব।

ছ’চিয়েল মিডিয়াত এই গীত আৰু ভিডিঅ’ ইমানেই ভাইৰেল হৈছিল যে পৰৱৰ্তী সময়ত বলিউডৰ ৰেপাৰ বাহশ্বাহে এই গান লৈয়েই সৃষ্টি কৰিছিল এক নতুন গান।

পিছে এতিয়া কেনে আছে চত্তীশগড়ৰ ১০ বছৰীয়া ল’ৰা শ্বাহদেৱ ডিৰডো। বাইক দুৰ্ঘটনাত গুৰুতৰভাৱে আহত শ্বাহদেৱ। বৰ্তমান চিকিৎসাধীন হৈ আছে শ্বাহদেৱ। শ্বাহদেৱৰ পথ দুৰ্ঘটনাৰ পিছতেই টুইটাৰযোগে শ্বাহদেৱৰ আশু আৰোগ্য কামনা কৰে বাদছাহে।

উল্লেখ্য যে, দুৰ্ঘটনাৰ সময়ত পিতৃৰ সৈতে নিজ গাঁৱলৈ গৈ আছিল শ্বাহদেৱ। কিন্তু দুৰ্ভাগ্যবশতঃ বাইকৰ পৰা বাগৰি পৰাত গুৰুতৰভাৱে আহত হয় ল’ৰাজন। মূৰত আঘাতপ্ৰাপ্ত হোৱা শ্বাহদেৱক বৰ্তমান জগদলপুৰত চিকিৎসা প্ৰদান কৰি থকা হৈছে। বৰ্তমান কিছু পৰিমাণে সুস্থ হৈ উঠিছে শ্বাহদেৱ। সংকটৰ পৰা আঁতৰত বুলি জানিবলৈ দিয়ে পৰিয়ালবৰ্গই।

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

five × 2 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.