Assamleatest updatenationalPMo india

G-20 বৈঠকত প্ৰথমদিনাই সফল দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী।

আফ্ৰিকান ইউনিয়নক G-20ৰ সদস্যৰূপে অন্তৰ্ভুক্তি কৰাৰ ভাৰতৰ প্ৰস্তাৱ গৃহীত হয় বৈঠকত।

G-20 বৈঠকত প্ৰথমদিনাই সফল দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। আফ্ৰিকান ইউনিয়নক G-20ৰ সদস্যৰূপে অন্তৰ্ভুক্তি কৰাৰ ভাৰতৰ প্ৰস্তাৱ গৃহীত হয় বৈঠকত। সন্মিলনৰ প্ৰথম দিনটোতে প্ৰকাশিত দিল্লী ঘোষণা পত্ৰৰ প্ৰতিও সহমত পোষণ কৰে সদস্য দেশসমূহে।

৩৭ পৃষ্ঠাৰ দিল্লী ঘোষণা পত্ৰত স্থান পাইছে ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজৰ যুদ্ধৰ প্ৰসংগই। ৰাষ্ট্ৰসংঘৰ চনদ অনুসৰি সকলো দেশক কাম কৰাৰ আহ্বান জনোৱা হয় G-20ৰ মঞ্চৰ পৰাই। G-20ৰ সদস্য ৰাষ্ট্ৰৰ লক্ষ্য এক পৃথিৱী, এক পৰিয়াল আৰু এক ভৱিষ্যৎ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

three × one =

Back to top button