Assamleatest updateSocialঅসমগুৱাহাটীদৈনিক বাতৰি

দিছপুৰত ৰাজ্যিক কেবিনেটৰ গুৰুত্বপূৰ্ণ বৈঠক

কেবিনেটৰ সিদ্ধান্ত সদৰী মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ

দিছপুৰত ৰাজ্যিক কেবিনেটৰ গুৰুত্বপূৰ্ণ বৈঠক

মঙলবাৰৰ কেবিনেটত কেইবাটাও সিদ্ধান্ত গ্ৰহণ

৩খন পলিটেকনিকৰ বাবে ১০০ কোটি টকাৰ অনুমোদন

অনুমোদন হাজো, মাজুলী, টিংখাং পলিটেকনিকৰ বাবে

নৱম শ্ৰেণীৰ ছাত্ৰীক চাইকেল প্ৰদানত অনুমোদন

চাইকেল প্ৰদানৰ বাবে বাজেট ধাৰ্য ৰাজ্যিক কেবিনেটত

কাৰ্বি আংলঙত ১৩১জন শিক্ষকৰ নিযুক্তিত অনুমোদন কেবিনেটৰ

দ্বৈত ৰে’ললাইন সন্দৰ্ভতো ৰাজ্যিক কেবিনেটত আলোচনা

কেবিনেটৰ সিদ্ধান্ত সদৰী মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

two × 1 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.