অপৰাধঅসমঅসম আৰক্ষী

এলা-পেচা চোৰ নহয়, এইবাৰ বিলাসী বাহনত ছাগলী চোৰ

মাংস দোকান সমূহত এই চুৰি ছাগলীবোৰ বিক্ৰী কৰে ছাগলী চোৰকেইটাই

এলা পেচা চোৰ নহয়, এইবাৰ বিলাসী বাহনত ছাগলী চোৰ।

চোৰে AS 01MB 1001 নম্বৰৰ ভাৰনা বাহনেৰে চুৰি কৰে ছাগলী।

বোন্দা- চপায়দাং অঞ্চলৰ পৰা চোৰে ৬ টা ছাগলী ভাৰনা বাহনেৰে চুৰি কৰি পলায়ন কৰাৰ সময়তে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে তিনিজন চোৰক।

উল্লেখযোগ্য যে, বিগত বহু দিন ধৰি চন্দ্ৰপুৰ, পানীখাইতি, বোন্দা চপায়দাং, পশ্চিম মায়ং আদি অঞ্চলৰ পৰা এই চোৰ কেইটাই ছাগলী চুৰি কৰি বিলাসী বাহনৰ জৰিয়তে মহানগৰীৰ বিভিন্ন অঞ্চলত বিক্ৰী কৰি আহিছে। বিশেষকৈ মহানগৰীৰ মাংস দোকান সমূহত এই চুৰি ছাগলীবোৰ বিক্ৰী কৰে বুলি স্বীকাৰ কৰে চোৰকেইটাই।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

11 + eighteen =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.