অভিনয়অসমবোলছবি

আমন্ত্ৰণৰ সহাঁৰি জনালে অক্ষয় কুমাৰে, অতি শীঘ্ৰেই আহিব কাজিৰঙালৈ !

শীঘ্ৰে কাজিৰঙা ভ্ৰমণৰ কথা প্ৰকাশ কৰে অক্ষয় কুমাৰে

কাজিৰঙালৈ আহিব অক্ষয় কুমাৰ!

বিগত সময়ছোৱাত জনপ্ৰিয় অভিনেতা অক্ষয় কুমাৰে ৰাষ্ট্ৰীয় উদ্যানখনৰ বাবে পঠিয়াইছিল ১ কোটি টকা সাহাজ্য। হাইলেণ্ড নিৰ্মাণৰ বাবে অক্ষয়ে দিছিল এই ধনৰাশি।

নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ পাছতেই উদ্যান কৰ্তৃপক্ষই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ভ্ৰমণৰ বাবে টুইটযোগে আমন্ত্ৰণ জনাই অক্ষয় কুমাৰক।

https://twitter.com/kaziranga_/status/1505075580131184641?s=20&t=fSPKUeRoTCq5HC1EVMSoDQ

টুইটৰ সঁহাৰি জনাই অভিনেতাগৰাকীয়ে।

https://twitter.com/akshaykumar/status/1505133595857330176?s=20&t=fSPKUeRoTCq5HC1EVMSoDQ

 

টুইটাৰত ৰিপ্লাই দি অশীঘ্ৰেই কাজিৰঙালৈ আহিব বুলি কয় অক্ষয় কুমাৰে। শীঘ্ৰে কাজিৰঙা ভ্ৰমণৰ কথা প্ৰকাশ কৰে অক্ষয় কুমাৰে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

20 − 1 =

Back to top button