অসমঅসম আৰক্ষীগুৱাহাটীদুৰ্ঘটনাদৈনিক বাতৰিভাৰতৰাজনৈতিক

শোনিতপুৰত সংঘটিত এক মানৱ সৰবৰাহৰ ঘটনা

শোনিতপুৰত  সংঘটিত হৈছে  মানৱ সৰবৰাহৰ ঘটনা ৷ কাম দিয়াৰ প্ৰলোভনেৰে ঠিকাদাৰে চলাইছে মানৱ সৰবৰাহ ৷

শোনিতপুৰত  সংঘটিত হৈছে  মানৱ সৰবৰাহৰ ঘটনা ৷

কাম দিয়াৰ প্ৰলোভনেৰে ঠিকাদাৰে চলাইছে মানৱ সৰবৰাহ ৷

লখিমপুৰৰ হাছিনুৰ ৰহমান নামৰ ঠিকাদাৰে ইটানগৰত কাম দিয়া প্ৰলোভনেৰে শোনিতপুৰ জিলাৰ চতিয়া সমষ্টিৰ গটাইমাৰী চাপৰিৰ পৰা লৈ যায় ৬গৰাকী শ্ৰমিক।

এমাহ ধৰি সন্ধান নাই শ্ৰমিককেইজনৰ ৷

শ্ৰমিকৰ মুক্তিৰ দাবীত ঠিকাদাৰে ফোনযোগে মুক্তিপন বিচাৰিছে দুইলাখ টকা ৷

পৰিয়ালে ইতিমধ্যে মুক্তিৰ বাবে আদায় দিছে এক লাখ টকা ৷

ধন আদায় দিয়াৰ পিচতো ঠিকাদাৰে বৰ্তমানেও মুক্তি কৰি দিয়া নাই শ্ৰমিককেইগৰাকীক।

ঠিকাদাৰজনে বৰ্তমানো শ্ৰমিককেইগৰাকী মুক্তি কৰি নিদিয়াত আৰক্ষীৰ কাষ চাপিছে ভুক্তভোগী পৰিয়ালকেইটা।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

4 × 4 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.