Assamleatest updateSocial

নিলম্বন পশ্চিম নলবাৰীৰ ৰাজহ চক্ৰ বিষয়া অপৰ্ণা শৰ্মা!

নিৰ্বাচনী কৰ্তব্যত গাফিলতিৰ অভিযোগত নিলম্বন কৰা হৈছে অসম অসামৰিক সেৱাৰ বিষয়াগৰাকীক।

পশ্চিম নলবাৰীৰ ৰাজহ চক্ৰ বিষয়া অপৰ্ণা শৰ্মাক নিলম্বনৰ নিৰ্দেশ ৰাজ্য চৰকাৰৰ কৰ্মচাৰী বিভাগৰ প্ৰধান সচিবৰ। নিৰ্বাচনী কৰ্তব্যত গাফিলতিৰ অভিযোগত নিলম্বন কৰা হৈছে অসম অসামৰিক সেৱাৰ বিষয়াগৰাকীক।

উল্লেখ্য যে অপৰ্ণা শৰ্মাই নলবাৰীৰ জিলা আয়ুক্ত বৰ্ণালী ডেকাৰ বিৰুদ্ধে দাখিল কৰিছিল এজাহাৰ। মানসিক নিৰ্যাতনৰ অভিযোগ তুলি নলবাৰী আৰক্ষী থানাত দাখিল কৰা এজাহাৰ সন্দৰ্ভত লক্ষণীয়ভাৱে কোনো ব্যৱস্থা নল’লে আৰক্ষীয়ে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

seventeen + 16 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.