অসমঅসম আৰক্ষী

কামৰূপ আৰক্ষীৰ বৃহৎ সফলতা! আৰক্ষীয়ে অভিযান চলাই জব্দ কৰিলে ৩২৪ কাৰ্টুন কিচমিচ

কামৰূপৰ দদৰা আৰক্ষীয়ে অভিযান চলাই উদ্ধাৰ কৰে বৃহৎ পৰিমানৰ চুৰি হোৱা কিচমিচৰ কাৰ্টুন।

কামৰূপৰ দদৰা আৰক্ষীয়ে অভিযান চলাই উদ্ধাৰ কৰে বৃহৎ পৰিমানৰ চুৰি হোৱা কিচমিচৰ কাৰ্টুন।

উদ্ধাৰ হোৱা কিচমিচৰ পৰিমাণ ৩২৪ কাৰ্টুন। কিচমিচ খিনিৰ বজাৰ মূল্য প্ৰায় ৮ লাখ টকা।

নগাঁওৰ কামপুৰ আৰু মৰিগাওত উদ্ধাৰ কৰে কিচমিচ খিনি। ২৭ এপ্ৰিলত কামৰূপৰ শিঙিমাৰী শীতলীকৰণ ভৱনৰ পৰা গুৱাহাটীলৈ নি থকা অৱস্থাত হৰলুকি হৈছিল কিচমিচ খিনি।

এই ঘটনাৰ লগত জড়িত দুজনক আটক কৰিবলৈ সক্ষম হৈছে দদৰা আৰক্ষী। আটকাধীন লোক দুজন ক্ৰমে গোবিন্দ মল্লিক আৰু জহৰুল হ’ক।

দদৰা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া শংকৰ জ্যোতি নাথৰ নেতৃত্বত চলিছিল এই অভিযান।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

eleven + five =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.