অসমআঞ্চলিকদৈনিক বাতৰি
বকোত চোৰাং কাঠৰ বিৰুদ্ধে বন বিভাগৰ অভিযান
বকোত চোৰাং কাঠৰ বিৰুদ্ধে বন বিভাগৰ অভিযান
![বকোত চোৰাং কাঠৰ বিৰুদ্ধে বন বিভাগৰ অভিযান বকোত চোৰাং কাঠৰ বিৰুদ্ধে বন বিভাগৰ অভিযান](https://prathamkhabartv.com/wp-content/uploads/2023/06/WhatsApp-Image-2023-06-01-at-9.39.43-AM-780x470.jpeg)
বকোত চোৰাং কাঠৰ বিৰুদ্ধে বন বিভাগৰ অভিযান
পয়াৰঙাত জব্দ চেগুন কাঠৰ কুণ্ডাভৰ্তি বাহন
বন বিভাগে খেদি খেদি জব্দ কৰে কাঠভৰ্তি বাহনখন
অভিযানৰ মাজতে পলায়ন চালক-হেণ্ডিমেনৰ
বকোৰ ভিন্ন প্ৰান্তত অব্যাহত চোৰাং কাঠৰ বেহা