Socialঅসমউৎসৱদৈনিক বাতৰিধৰ্মীয়

আজি পৱিত্ৰ ঈদ–উল–ফিতৰ! সম্পূৰ্ণ ২ বছৰৰ অন্তত ৰাজ্যজুৰি ঈদ পালন…

কোভিডসৃষ্ট পৰিৱেশৰ বাবে দু-বছৰ পিছত ইছলামধৰ্মী লোকসকলে মুকলিকৈ পালন কৰিব ঈদ

আজি পৱিত্ৰ ঈদ-উল-ফিতৰ।

কোভিডসৃষ্ট পৰিৱেশৰ বাবে দু-বছৰ পিছত ইছলামধৰ্মী লোকসকলে মুকলিকৈ পালন কৰিব ঈদ।

Eid Mubarak

আজি সমগ্ৰ দেশৰ লগতে অসমতো ঈদৰ ব্যাপক উছাহ দেখা গৈছে। মকলিমুৰীয়াকৈ সকলো ওলাই আহি ঈদৰ নামাজ পঢ়া দেখা গৈছে।

প্ৰেম-ভাতৃত্ববোধৰ বাৰ্তাৰে ইজনে আনজনক জনাইছে ঈদৰ শুভেচ্ছা। গুৱাহাটী মহানগৰীতো ঈদক লৈ সমান্তৰালভাৱে দেখা গৈছে উখল-মাখল পৰিৱেশ।

Eid Mackhowa

ইতিমধ্যে সমূহীয়া নামাজৰ বাবে সজাই পৰাই তোলা হৈছে ঈদগাহসমূহ। মহানগৰীৰ মাছখোৱা ঈদগাহ ময়দানতো এইবেলি দেখা যাব সমূহীয়া নামাজ।

Pratham Khabar News

প্ৰথম খবৰ 24/7 হৈছে অসমীয়া ছেটেলাইট নিউজ চেনেল 'নিউজ টাইম অসম'ৰ ৱেব চাইট। যি আপোনাক স্থানীয় আৰু লগতে দেশ-বিদেশৰ শেহতীয়া খবৰ দি থাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

7 + 19 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.