অপৰাধঅসমঅসম আৰক্ষীগুৱাহাটীদৈনিক বাতৰিভাৰতৰাজনৈতিক

ধন দি চাকৰি লোৱা বিষয়াৰ বিৰুদ্ধে কঠোৰ চৰকাৰ, ২১জনকৈ অভিযুক্ত ৰাজপত্ৰিত বিষয়াক নিলম্বন….

ধন দি চাকৰি লোৱা বিষয়াৰ বিৰুদ্ধে কঠোৰ চৰকাৰ

২১জনকৈ অভিযুক্ত ৰাজপত্ৰিত বিষয়াক নিলম্বন

১১ APSসহ ২১ বিষয়াক চাকৰিৰ পৰা নিলম্বন

নিলম্বন APS দীপাংকৰ দত্ত লহকৰ

APS নিতুমণি দাস, ৰুমী তিমুংপী, ফাৰুক আহমেদ

APS কল্যাণ কুমাৰ দাস, কুলপ্ৰদীপ ভট্টাচাৰ্য

APS নীলাঞ্জল গগৈ, নন্দিনী কাকতি, অনলজ্যোতি দাস

নিলম্বন APS শ্বাহজাহান সৰকাৰ, ঐশ্বৰ্য জীৱন বৰুৱা

১০ গৰাকী ACS বিষয়াকো নিলম্বন  চাকৰিৰ পৰা

নিলম্বন ACS সৌৰভপ্ৰাণ শৰ্মা, বিকাশ শৰ্মা

ACS চক্ৰধৰ ডেকা, গীতাৰ্থ বৰুৱা, বিচিত্ৰ গোপাল নাথ

ACS ৰাকেশ দাস, আকাশী দুৱৰা, হিতেশ মজুমদাৰ

নিলম্বন ধ্ৰুবজ্যোতি হাতীবৰুৱা, ধীৰাজ কুমাৰ জৈনক

ইতিমধ্যে গ্ৰেপ্তাৰ ৰাকেশ দাসসহ ৩ ৰাজপত্ৰিত বিষয়াক

 

 

 

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

eighteen − eight =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.