অসমগুৱাহাটীদৈনিক বাতৰিবিশ্বভাৰত

আজি বিশ্ব এইড্ছ দিৱস, ১৯৮৮ চনৰ ১ ডিচেম্বৰৰ দিনটো বিশ্ব এইড্ছ দিৱস হিচাপে পালন কৰা হয়…

আজি বিশ্ব এইড্ছ দিৱস

১৯৮৮ চনৰ পৰাই ৰাষ্ট্ৰসংঘই ১ ডিচেম্বৰৰ দিনটো বিশ্ব এইড্ছ দিৱস হিচাপে পালন কৰি আহিছে

বিশ্ব স্বাস্থ্য সন্থায়ো আনুষ্ঠানিকভাৱে স্বীকৃতি দিয়া ১১টা গোলকীয় জনস্বাস্থ্য সম্পৰ্কীয় প্ৰচাৰ অভিযানৰ অন্যতম এই বিশ্ব এইড্ছ দিৱসৰ কাৰ্যসূচী

এই বৰ্ষত সম্প্ৰদায়সমূহক এইড্ছ নিৰাময়ৰ যুঁজত সন্মুখৰ পৰা নেতৃত্ব দিয়াৰ মূল মন্ত্ৰৰে বিশ্বৰ ভিন্ন প্ৰান্তত এইড্ছ দিৱসৰ কাৰ্যসূচী গ্ৰহণ কৰা হৈছে

অসমতো চৰকাৰী আৰু বেচৰকাৰীভাৱে বিভিন্ন কাৰ্যসূচী লোবা হৈছে এইড্ছ তথা HIV সংক্ৰমণ সন্দৰ্ভত সজাগতা সৃষ্টিৰ বাবে

 

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

two × one =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.